মা-ৰিম্পী ভৰাঁলী

©Admin
0
মা পৃথিৱীৰ আটাইতকৈ আপোনজন
মা যি মৰম দান কৰে সেয়া নিঃস্বাৰ্থ,
মা যাৰ মৰম ভালপোৱা অতুলনীয় ।
যাৰ কোলাতেই জীৱনৰ প্ৰথমটো খোজ 
যাৰ চুমাৰ পৰশতেই জীৱনৰ প্ৰথমটো চুম্বন 
সেইগৰাকীয়েই হ'ল মা। 
মা তুমি প্ৰেৰণাৰ ই এক অনবদ্য উদাহৰণ 
মা তোমাৰ পৰিশ্ৰমৰ নাই কোনো মূল্য 
তোমাৰ ধাৰ নোৱাৰো কেতিয়াও শুজিব
মা তুমি অনন্য ।
                      
✍️ৰিম্পী ভৰাঁলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)