চুব যদি পাৰিলোহেতেন,
এই পৃথিৱীৰ বৰষুণৰ
মুকুতা বোৰৰ সতে।
খেলিব যদি পৰিলোহেতেন
অকণমান সময়ৰ বাবে,
জীৱনৰ অন্তত ৰামধেনুৰ ৰঙে
মোক ৰঙীন কৰি তোলে।
মোৰ ভাবনাত মই আদৰি আনিছো,
গভীৰতকৈ গভীৰতম......
ৰঙীন সপোনবোৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ