কুইজ-সাধাৰণ জ্ঞান

©Admin
0
🎓 জয়মতী চিনেমাখনত জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল?
✅ আইদেউ সন্দিকৈ।

🎓 বুদ্ধই ক'ত নিৰ্বাণ লাভ কৰিছিল?
✅ বৌদ্ধগয়া।

🎓 শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
✅ ১৬৭১ চনত

🎓 সত্যমেৱ জয়তে বাক্যশৰী ক'ৰ পৰা লোৱা হৈছে?
✅ মুণ্ডক উপনিষদ।

🎓 অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল?
✅ গুৱাহাটী।

🎓 অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?
✅ ৩ছেপ্টেম্বৰ।

🎓 বড়োসকলৰ গামোচাখনৰ নাম কি?
✅ আৰনাই।

🎓 ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল?
✅৪২

🎓 বন্দে মাতৰম কোনটো ভাষাত লিখা হৈছিল?
✅ সংস্কৃত।

🎓 অগ্নিকবি বুলি কাক জনা যায়?
✅ কমলাকান্ত ভট্টাচাৰ্য্য।

🎓 অৰুণোদয় প্ৰথম প্ৰকাশ ক'ত হৈছিল?
✅ শিৱসাগৰ, ১৮৪৬

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)