১৩ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0

১৩ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৩তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬২টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -


১/ আজিৰ দিনটোতে ১৯১৯ চনত ৰাওলাট আইনৰ প্ৰতিবাদত অমৃতসৰত হোৱা বিক্ষোভ সমাবেশত জেনাৰেল ডায়াৰেৰ নিৰ্দেশত ব্ৰিটিছ পুলিচে গুলি চালনা কৰি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰে।

২/ আজিৰ দিনটোতে ১৯৪৮ চনত ভুৱনেশ্বৰত ওড়িশাৰ ৰাজধানী পতা হয়।

৩/ আজিৰ দিনটোতে ১৯০৬ চনত চআইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটি গল্প লেখক, কবি আৰু সাহিত্য অনুবাদক চেমুৱেল বেকেটৰ জন্ম হৈছিল।

৪/১৯৫২ চনত অসমীয়া ৰাজনীতিবিদ অঞ্জন দত্তৰ জন্ম হৈছিল।

৫/ আজিৰ দিনটোতে ১৯৭৩ চনত হিন্দী চলচ্চিত্ৰৰ অভিনেতা বলৰাজ চাহানীৰ মৃত্যু হৈছিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)