ৰঙা নদী- মধুমিতা গগৈ

©Admin
0
কিমান গভীৰ এই ৰঙানদী 
চাওচোন এবাৰ জুমি ,
এই নদী মোৰ 
সৰুৰে পৰা চিনাকি নদী ।
তোমাৰ বুকুতে ডাঙৰ হ'লো
সাঁতুৰি নাদুৰি ধূলি – বালি খেলি। 
বাৰিষা হ'লে ফেনে –ফুটুকাৰে 
বাঢ়ি অহা এই নদী
খৰালিত হৈ পৰে
উদং বালি ।
এই নদী হেঁপাহৰ ৰঙা নদী। ‌‌ ‌‌‌ ‌

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)