আজিৰ দিনটোৰ বিশেষত্ব-১১ এপ্ৰিল

©Admin
0
  • ১৯০৫ চনৰ আজিৰ দিনটোতে আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব (থিয়ৰী অফ ৰিলেটিভিটি) প্ৰকাশ কৰে।
  • ১৯১৯ চনৰ আজিৰ দিনটোত আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়।
  • ১৯৭০ চনৰ এই দিনটোতে  এপোলো ১৩ উৎক্ষেপণ কৰা হয়।
  • ১৯৭১ চনৰ এই দিনটোত স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়।
  • ১৮৬৯ চনত এই দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিপ্লৱী তথা মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ জন্ম হৈছিল 
  • ১৮৮৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিত্ৰশিল্পী যামিনী ৰয়ৰ জন্ম হৈছিল ৷
  • ১৮৮৯ চনৰ আজিৰ দিনটোতে  অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক হৰিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল 
  • ২০০১ চনৰ আজিৰ দিনটোত ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ কমল ৰণদিৱেৰ মৃত্যু হয় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)