Home সাধাৰণ জ্ঞান সাধাৰণ জ্ঞান-কুইজ সাধাৰণ জ্ঞান-কুইজ person©Admin April 11, 2023 0 share ১/কোনখন ৰাজ্যই শেহতীয়াকৈ ১৯ সংখ্যক পক্ষী অভয়াৰণ্য স্থাপন কৰিছে ? উত্তৰ : তামিলনাডু ২/পাৰাৰ আন এটা নাম কি? উত্তৰ : quick silver ৩/নীল নদীৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰ : ৬৬৫০ কিলোমিটাৰ ৪/অসমৰ কোনখন জিলাৰ আন্তৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল? উত্তৰ : ধুবুৰী ৫/কাহ শিল্পৰ প্রথম প্ৰচলন ক'ত হৈছিল? উত্তৰ : মিছৰত Tags কুইজসাধাৰণ জ্ঞান Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ