সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/কোনখন ৰাজ্যই শেহতীয়াকৈ ১৯ সংখ্যক পক্ষী অভয়াৰণ্য স্থাপন কৰিছে ? 
উত্তৰ : তামিলনাডু 
২/পাৰাৰ আন এটা নাম কি? 
উত্তৰ : quick silver 
৩/নীল নদীৰ মুঠ দৈৰ্ঘ্য কিমান? 
উত্তৰ : ৬৬৫০ কিলোমিটাৰ 
৪/অসমৰ কোনখন জিলাৰ আন্তৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল? 
উত্তৰ : ধুবুৰী 
৫/কাহ শিল্পৰ প্রথম প্ৰচলন ক'ত হৈছিল? 
উত্তৰ : মিছৰত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)