কপৌ ফুলৰ হাঁহি-ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
অপেক্ষাৰ পথত বসন্ত আহিল
আকৌ ডালত কপৌ ফুলিল ,
স্পৰ্শ নকৰিবি হেৰৌ ঢুলীয়া ,
নাচনীৰ লগৰী তাই আলফুলীয়া ৷
ব’হাগৰ গাভৰু ,তাই ব’হাগতে হাঁহে
ভোমোৰাই চুমিলে তাই লাজতে মৰে ৷

           
◾ৰজনী কুমাৰ ডেকা ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)