অণুগল্প -এটা শব্দ | জহিৰুল ইছলাম

Rinku Rajowar
0
মিঞাচানে একমাত্ৰ ল'ৰাজনক বাধ্যত পৰি Yamaha R15 খন কিনি দিলে। নহ'লে বোলে ১৬ বছৰীয়া ল'ৰাটোৱে আত্মহত্যা কৰিব। হেজাৰ হ'লেও আৰক্ষী বিভাগত চাকৰি কৰা মিঞাচানে কল্পনাও কৰিব নোৱাৰে কথাটো। সময় আবেলি তিনি বজা।
বজাৰৰ মাজমজিয়াত অস্বাভাৱিক ব্যস্ততা।ৰাজপথ তেজাক্ত। ভীৰবোৰ ক্ৰমাত আক্ৰোশত আঁতৰি গৈছে আৰু মিঞাচান ? 

◾জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)