২০ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0

২০ এপ্ৰিল  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১০তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৫টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল- 

১/আজিৰ দিনটোতে ১৭৭০ চনত কেপ্টেইন কুকে অষ্ট্ৰেলিয়া আৱিষ্কাৰ কৰে। 

২/আজিৰ দিনটোতে ১৮৮৯ চনত জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা এডল্ফ হিটলাৰৰ জন্ম হৈছিল।

৩/আজিৰ দিনটোতে ২০১৯ চনত ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী প্ৰণিতা তালুকদাৰৰ মৃত্যু হৈছিল।

৪/আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ চীনা ভাষা দিৱস।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)