শুভ কামনা-যুৱৰাজ বাচকোটা

©Admin
0
বʼহাগ তুমি আহিবা 

সকলোৰে জীৱনত

আনন্দৰ জোৱাৰ তুলি

 বিহুৰে বতৰা কৈ

চেনেহৰ কপৌ লৈ ।

ব'হাগ তুমি আহিবা

 দূখীয়াৰ ভগা পঁজাত

এমুঠি আনন্দ দিবলৈ

সেউজীয়া বসন্ত হৈ।

তাতেই মই নাচি থাকোঁ

ঢোল, পেঁপা, গগনা ,কুলিৰ শুৱলা মাতত

আনন্দত আত্মহাৰা হৈ।

চেনেহৰ বিহুৱান লৈ।

তুমি এনেদৰে আহিবা ,শুভ কামনা , শুভ কামনা, শুভ কামনা।



  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)