নাৰী-জয়শ্ৰী‌ হাতীমুৰিয়া

©Admin
0
নাৰীৰ অপূৰ্ব মহিমা নাপবা বুজি

   নাৰীক নকৰিবা হিংসা তুমি ,

   নাৰীক তুমি নভাবিবা দূৰ্বল

   নাৰীয়ে কৰিব পাৰে হৰতাল ।

   নাৰীক নকৰিবা অপমান

   তোমাৰে যাব সন্মান ।।

   নাৰী বেলি আৰু জুনৰ দৰে

   যত বেলি নহলে দিন নহৈ

   জোন নহলে ৰাতি নহ‌‌য় ।

  এখন ঘৰ নাৰী অবিহনে

   আধৰুৱা হৈ ৰয় ,

   নাৰী তুমি অনান্য ।।



                           

    ‌

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)