Home দিপশিখা ৰাজকোঁৱৰ নুসুধিবা-দিপশিখা ৰাজকোঁৱৰ নুসুধিবা-দিপশিখা ৰাজকোঁৱৰ Author - person©Admin April 13, 2023 0 share সুখবোৰ কিমান নুসুধিবানিৰৱ নিশাৰ সাক্ষী হৈঅনুভৱ সজোৱা অভিমানীকদুখবোৰ কিমান সেয়াও নুসুধিবানিশাৰ আকাশৰ জোন তৰাৰপ্ৰেয়সী অভিমানী জনীক।সুধিব বিচাৰিছা যদি সুধিবানিঃসংগতা কিয় তাইৰ প্ৰিয়তাইৰ সময়বোৰ কিয় নিঃস্তব্ধতাই কিয় ইমান অভিমানীসেয়াও শেষত সুধিবা। Tags কবিতাদিপশিখা ৰাজকোঁৱৰ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ