বহাগ- শ্ৰী উৎপল দাস

©Admin
0
বহাগে যান যতৰ পৰা আতৰাই আনি আনন্দ কৰিবলে শিকাই,এপাক নাচিবলে আশা জগায় ।

  প্ৰকৃতিক ভাল পাবলে শিকাই বহাগে ।

জীৱ জন্তু প্ৰেমেৰে ৰঙীল কৰি, সেউজীয়া সেউজীয়া কৰি বিহু গীতেৰে মুখৰিত হয়, আনি দিয়ে আকাশ বতাহ ।
 
বাপুতি সাহুদ জাতিৰ গৌৰৱ এই বহাগ ।স্বভিমান আনন্দ এটি জাতিৰ প্ৰতীক বহাগ।

সুন্দৰতা আনি দিয়ে ফুল ফুলাৰ ।
 
চৰাই বাদ্য গীত মাতেৰে এখন ভূস্বৰ্গলৈ পৰিণত হয় এই বহাগতে ।

আৰু ক'ত যে আনন্দ দিয়ে বহাগে আৰু ক'ত সুৱাস ।

বহাগে আনি দিয়ে খেতিয়কৰ মনত বল । 

মাটি দৰা পানী পৰি পলসুৱা হৈ পৰে আৰু হৈ পৰে জীপাল ।

বাদ্যৰ শব্দই মেঘ নমাই আনে, বাৰিষা হোৱাৰ আসৰা কৰে ।

পথাৰ দৰা সেউজিয়া কৰি সোণগুটিৰ অনাৰ মন মেলে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)