খবৰ-সংযুক্তা দত্ত

Rinku Rajowar
0
:  ল'ৰাটোৰ ৰিজাল্ট ভাল নহয় বুজিছে ... তাতে আকৌ চৰকাৰী বিদ্যালয়ত পঢ়া...ইমান কম শতাংশ পালে ভৱিষ্যতে কি কৰি খাব ?                                        
  
: হেৰা শুনিছা নে?

:  কি হ'ল নো ! ইমানকৈ ৰাতিপুৱাই কিয় চিঞৰি আছে       
: দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাতে আজি আমাৰ ঘৰৰ ওচৰৰ কংকনৰ নাম আছে। অসমৰ ভিতৰতে এ.পি.এছ.চি.ত প্ৰথম স্থানপ্ৰাপ্ত। চৰকাৰী বিদ্যালয় পৰা পঢ়া শুনা কৰি অসমৰ ভিতৰতে প্ৰথমস্থান পাবলৈ সক্ষম হৈছে ।                                     
✍🏻 সংযুক্তা দত্ত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)