যি কথা তেওঁক কোৱা নাছিলোঁ-ৰাকেশ নাথ

Rinku Rajowar
0
মই তেওঁক সেইবোৰ কথা কোৱা নাছিলোঁ
যিবোৰ কথা এদিন ককায়ে কৈছিল এন্ধাৰে বাঁহ বন্ধা ৰাতি,আইতাক
মই তেওঁক কোৱা নাছিলোঁ সেই কথা
যি কথা এদিন দেউতাই ফুচফুচাই কৈছিল
মাৰ কাণত অথবা লিখিছিল
ৰঙা ৰঙা আখৰৰে চিঠিত
মই তেওঁক কোৱা নাছিলোঁ 
পৃথিৱীৰ প্ৰত্যেক পুৰুষে যি কথা কয়, প্রিয় নাৰীক!

◾ৰাকেশ নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)