কৌতুক - হাঁহিৰ খোৰাক | পংকজ দিহিঙীয়া

Rinku Rajowar
0
চাৰিটা মূৰ্খই মিলি এটা পেট্ৰল পাম্প খুলিলে,কিন্তু এজনো গ্ৰাহক নাহিল!
       কিয়....?
       কাৰণ পেট্রল পাম্পটো দ্বিতীয় মহলাত খুলিছিল।
        এইবাৰ সিসঁতে মিলি সেই ঠাইতে এখন হোটেল খুলিলে,তথাপি এজনো গ্ৰাহক নাহিল!
         কিয়....?
কাৰণ ,সিসঁতে আগৰ "পেট্রল পাম্প "বুলি লিখা থকা ছাইনবোৰ্ড খন আঁতৰ কৰা নাছিল!

               ◾পংকজ দিহিঙীয়া
                শ্ৰেণী:দ্বাদশ
                ঠিকনা: শিৱসাগৰ (গনকপত্তী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)