মূল্য-সীতা দেৱী

0
শাৰীৰিক অসুস্থতাত ভুগি এক জটিল অস্ত্ৰোপচাৰ কৰিব লগা হৈ দীৰ্ঘদিন চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি অৱশেষত বিলাসী জীৱন যাপন কৰা নয়নদীপে ভাল দৰে বুজি পাইছিল যে মিছা দম্ভ, মিছা অহংকাৰৰ সঁচা অৰ্থত কোনো মূল্য নাই।

✍️সীতা দেৱী, বিহপুৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)