প্ৰথম চিনাকি-পিংকি শৰ্মা

Rinku Rajowar
0
জীৱনৰ কঠিন সোঁতত 
হঠাতে এদিন তোমাৰ স'তে 
মোৰ চিনাকি হৈছিল ..........
সেইদিনাই......
বতাহে মিঠা সুবাসবোৰ 
মোৰ হৃদয়ত সিচিঁছিল.....
ফুলবোৰে কলি মেলিছিল আৰু
হৃদয়ৰ প্ৰতিটো কোণতে
বিয়পি পৰিছিল........
ফুলৰ সুবাস........
এবুকু আন্ধাৰৰ মাজতো
তিৰবিৰাইছিল দুটি জোনাকী......
যিদিনা তোমাৰে মোৰে চিনাকী........ 
তোমাৰে মোৰে চিনাকি..........
তোমাৰ স'তে মোৰ প্ৰথম চিনাকি............।


✍️ পিংকি শৰ্মা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)