অৱক্ষয়- আয়নাল হক চৌধুৰী

©Admin
0
অৱক্ষয়--
মানৱতাৰ
মূল্যবোধৰ !

ব্যক্তি কেন্দ্ৰিক ভোগ বিলাস !

বলাৎকাৰ--মিথ্যাচাৰৰ পয়োভৰ।

পৈশাচিক উত্তেজনাত
সময় হৈ পৰিছে দুঃসময়।

মৃত্যু সুলভ হ'ল
কোনো নহয় কাৰো সাক্ষী
সকলো যেন
পদ-পথৰ অচিনাকি যাত্ৰী।

যান্ত্ৰিকতা আৰু
প্ৰতিযোগিতাৰ জোৱাৰত
সময়ৰ দূৰন্ত গতি...।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)