আড্ডা -হিয়াশ্ৰী শিৱম

©Admin
0
"আজি কালি হোটেল -ৰেষ্টুৰালৈ যাবলৈ লাজেই লাগে গোটৈইবোৰ কলেজৰ ল'ৰা -ছোৱালী জোৰাই জোৰাই বহি আড্ডা দি থাকে ।
কি যে হ'ব ভৱিষ্যত!!"
       বৰা ছাৰে এনেকৈ কৈ থাকোতেই  তেওঁৰ ফোনটো বাজি উঠিল ।
     ছাৰে ফোনটো কাটি নিৰলে বহি পৰিল ।
ফোনটো তেওঁৰ একমাত্ৰ কন্যাই অধ্যয়নৰত  কলেজৰ অধ্যক্ষ মহোদয়ৰ । তেওঁৰ কন্যাই কলেজৰ ক্লাছ এৰি প্ৰেমিকৰ সৈতে ঘূৰি ফুৰাৰ অভিযোগ ।


✍️হিয়াশ্ৰী শিৱম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)