দৈনিক সাধাৰণ জ্ঞান কুইজ শিতান

©Admin
0
১। বিহু সন্মিলনত উত্তোলন কৰা বিহু পতাকাখনৰ আৰ্হি কোনে প্ৰস্তুত কৰি উলিয়াইছিল?
Answer:- নিপ বৰুৱা
২। বিহুত হাইদাং গীত কোন সম্প্ৰদায়ৰ লোকসলে গায়?
Answer:- সোণোৱাল কছাৰী
৩। মানুহ বিহু দিনা নামনি অসমত কি বিহু বুলি কোৱা হয়?
Answer:- বৰ দোমাহী
৪। গাভৰু সকলে বজোৱা গগনা বিধৰ নাম কি?
Answer:- লাহৰী বা ৰূপহী গগনা
৫। ঢোলৰ মাৰি ডালৰ আন এটা নাম কি?
Answer :- মাহিতা
৬। অসমীয়া বিহু নৃত্যক প্ৰথমে ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?
Answer:- ৰাধা গোবিন্দ বৰুৱা
৭। অসমৰ তাঁতৰ শালত বৈ উলিওৱা অসমৰ প্ৰতীক কি?
Answer:- গামোচা
৮। ডেকা সকলে বজোৱা গগনা বিধৰ নাম কি?
Answer:- ৰামধন গগনা
৯। বিহুত ব্যৱহাৰ কৰা বাঁহৰ টকা কোন সম্প্ৰদায়ে প্ৰথমে ব্যৱহাৰ কৰিছিল?
Answer:- সোণোৱাল কছাৰী
১০। পেঁপাৰ যি অংশ মুখত লৈ বজোৱা হয়, সেই অংশটোৰ নাম কি?
Answer:- চুপহী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)