পৰস্পৰ সমান ।
একৰেখীয় ব্যাসাৰ্ধবোৰ
যোৰা লগাই গঠন কৰা
ব্যাসবোৰো সমান ।
অনাদি অনন্ত বৃত্তটোৰ
কেন্দ্ৰটোৰ কোনো পৰিবৰ্তন
হোৱা নাই ।
মাথো জ্যাবোৰে পৰস্পৰ
কটাকটি কৰি
সৃষ্টি কৰিছে
বিভিন্ন ত্ৰিভূজ চতুৰ্ভুজ ।
সলনি কৰিছে জ্যামিতিৰ
অভেদ উপপাদ্যবোৰ ।
✍️ধনঞ্জয় দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ