দৈনিক সাধাৰণ জ্ঞান আৰু কুইজ শিতান

©Admin
0
প্ৰশ্ন ১/ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল।

প্ৰশ্ন ২। ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ:- ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰী গৰাকীৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল।

প্ৰশ্ন ৩। ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক কোন?

উত্তৰ:- ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’।

প্ৰশ্ন ৪। ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ:- ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ১৯৭৯ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল।

প্ৰশ্ন ৫। ড° ভূপেন হাজৰিকাই কিমান চনত ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰিছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকাই ১৯৯২ চনত ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ৬। ড° ভূপেন হাজৰিকাই কিমান চনত ‘সংগীত ৰত্ন বঁটা’ লাভ কৰিছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকাই ২০০৯ চনত ‘সংগীত ৰত্ন বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ৭। ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰা প্ৰথম অসমীয়া কোন?

উত্তৰ:- ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰা প্ৰথম অসমীয়া ড° ভূপেন হাজাৰিকা।

প্ৰশ্ন ৮। নলিনীবালা দেৱীয়ে কিমান চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল?

উত্তৰ:- নলিনীবালা দেৱীয়ে ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ৯। অভিনেত্ৰী চেতনা দাসক কোন চনত আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ:- অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছিল।

প্ৰশ্ন ১০। ‘বড়ো খুন্তাই’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- ‘বড়ো খুন্তাই’ গুণেশ্বৰ মুছাহাৰীয়ে ৰচনা কৰিছিল।

সংগ্ৰাহক : দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)