তাকে দেখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে পোণাটিয়ে" ভগৱান তুমি চোন সৰু ল'ৰা- ছোৱালীৰ লগত থকা ,আমাক বৰ ভাল পোৱা ।এটা কাম কৰা চোন বৰষুণ জাক কমাই দিয়া, নহ'লে যে আমি নৈত উটি যাম ।কিতাপ পত্ৰ গোটেই খিনি উতি যাব একেলগে "।
বকুলৰ চকুলো নিগৰি আহিল ।সি মনতে ভাবিলে "বৰষুণ জাক কমিলে অকল ঘৰখনে নিৰাপদ নহ'ব লগতে পোণাটিৰ পেটটোও ভৰি থাকিব "।
✍️নিবেদিতা দাস কলিতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ