২২ জুন ইতিহাসত আজিৰ দিনটো

©Admin
0
২২ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৩তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯২টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/আজিৰ দিনটোতে ১৮৪৪ চনত ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।

২/আজিৰ দিনটোতে ১৯০৬ চনত চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।

৩/আজিৰ দিনটোতে ১৮০৭ চনত  আমেৰিকান বেপ্তিষ্ট মিছনেৰী নাথান ব্ৰাউনৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৮৮০ চনত অসমীয়া সাহিত্যিক নীলমণি ফুকনৰ জন্ম হৈছিল।

৫/ আজিৰ দিনটোতে ২০১৬ চনত  ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ তথা ঔপন্যাসিক সমীৰ
ৰায়চৌধুৰীৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)