হৃদয়ৰ বেদনা- দেইজী কাৰ্খ বৰদলৈ

©Admin
0
সময় গতিশীল। সময়ৰ টিকনিত ধৰি আগুৱাই জীৱন। জীৱন এক ৰেখাৰে আবৃত যাত্ৰা । এদিন হালধীয়া বোৰ বিচাৰি সেউজীয়া পথাৰত ভৰি দিছিলোঁ। সেই যে ভৰি দিলোঁ আজিও মই সেউজীয়াৰ মাজত আৱদ্ধ। 
হালধীয়া বোৰ বিচাৰিয়ে এদিন আহিছিলো ডিমৰীয়ালৈ ।ডিমৰীয়া মহাবিদ্যালয়ত সম্পূৰ্ণ দুটা বছৰৰ পাছত যদিও বিদায়। কিন্তু অসম্ভৱ। ই বিদায় হৱ নোৱাৰে আশীৰ্বাদ হে। ডিমৰীয়া মহাবিদ্যালয়ক স্মৃতি হ'বলৈ দিব নোৱাৰো। সকলো সপোন ইয়াৰ পৰাই দেখিছিলো । কিছু পালো আৰু কিছু নাপালোঁ। 
  বিদায় ক্ষণত এনেকৈয়ে আহে
কিবা দি যায় 
কিবা লৈ যায়
স্মৃতিৰ টোপোলাত আৱদ্ধ হৈ ৰয় সুখ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)