প্ৰেমিক চৰাই মই•ছিৰিজ ২১৩- হাইছ উদ্দিন আহমেদ

©Admin
0
বৰষুণৰ মাজতে হঠাৎ জোনাকীটোক বিচাৰি পালোঁ 
সেমেকা বুৰবুৰণি শব্দৰ পৰাই।

শ্ব শ্ব শব্দটি বিশ্লেষণ কৰিব নোৱাৰি কেঁচা বনত গছকি দিলেই চিনি পাওঁ জোনাকীটোক। 

শব্দই বহু কথা কৈ 
গৈছিল বৰষুণৰ সময়ত
আৰু ৰ'বলৈ ধৈৰ্য নাছিল বৰষুণৰ বতৰত।

কোন ফালে ফালুকীমাৰি উৰা মাৰি গৈছিল ? 
সূৰ্য্যৰ ৰশ্মি বিচাৰি জোনাকীটোৱে মুখখন বেঁকা কৰি কৈছিল ।

 আজিৰ পৰা সদায় লগ পাবা
 বৰষুণ আৰু ৰ'দৰ সৈতে যেতিয়া স্পৰ্শ কৰিবা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)