গৰম-সংযুক্তা দত্ত

©Admin
0
 বুজিছে দাদা ... মোৰ দোকান দি একো লাভ হোৱা নাই ।
: কিয় তেনেকৈ ক'লে? আপোনাৰ দোকানত টো ৰাতিয়ে দিনে বহু ভিৰ হৈ থাকে ।
 : হয় আপুনি ঠিকেই কৈছে । মোৰ দোকানত ভিৰ হৈ থাকে। : দেখাটোৱেই কৈছো মই ... আপুনি আকৌ কিয় লাভ হোৱা নাই বুলি কৈছে? 
: কেতিয়াবা বাহিৰৰ পৰা দেখা বোৰ সঁচা নহয় দাদা। 
: মানে । আপুনি কি ক'ব বিচাৰিছে? ৰ'ব আপুনি কোৱাৰ আগত আৰু মই শুনাৰ আগত দোকানলৈ নতুন কৈ অনা এ.চি. টো এবাৰ অন কৰি ল'ব চোন ।           
 : আপোনাক মই একো কোৱাৰ প্ৰয়োজন নাই ... আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাই গ'ল ..। 
            
             ✍🏻 সংযুক্তা দত্ত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)