এক মিঠা অনুভূতি -পিংকি শৰ্মা

©Admin
0
তোমাৰ কথা ভাবি
মোৰ ভাল লাগে
ভালপাও সঁচায়ে
তোমাৰ মধুৰ ওঠৰ গুণ গুণনি,
তোমাক.........
এনে লাগে তুমি যে সঁচাই
দুগ্ধ হৃদয়ৰ গোলাপ কলি.......
অথচ ক'ব নোৱাৰাকৈ
চুই গ'ল হৃদয়ত ‍
এজাক সমীৰে.......
কেৱল হৃদয়ত
গুণ গুণাই গ'ল বুকুভৰা 
নাম নজনা
এক মিঠা অনুভূতি.........।


✍️ পিংকি শৰ্মা।
বনাই, টিয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)