মৌনতা-হিয়াশ্ৰী শিৱম

©Admin
0
কবিতাৰ ভাষা
মোৰ মৌন।
সেন্দুৰীয়া হাঁহিটিও
আজি মোৰ স্তব্ধ।
জানোছা কোন বোৱতীৰ
সোঁতত উঠি গ'লো 
ততকৈই নাপালো।
বিষাদৰ যাতনাও
আজি থমকিলে!
সৌ সাগৰৰ তিৰত।
আহিবনে ঘূৰি
মোৰ মৌন ওঁঠৰ
হাঁহিটি দুনাই !
আহিবনে উভতি?
সমনীয়াৰ সৈতে
কৰা জীৱনৰ
আনন্দৰ সময়!
ক'ত পাম মই
মোৰ এই বিৰহৰ ঠিকনা আকৌ ঘূৰাই ৷

◾হিয়াশ্ৰী শিৱম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)