Home শিখামনি বৰুৱা জীৱন-শিখামনি বৰুৱা জীৱন-শিখামনি বৰুৱা person©Admin June 01, 2023 0 share নিলিখা কথাৰ দস্তাবেজ।কি পোৱা কি নোপোৱা,জীৱন চোন আধৰুৱা।।পোৱাবোৰ চোন,আধা দিলো বিলাইনোপোৱাবোৰ সাঁচি ৰাখিলোমনত সদায়।।পোৱা নোপোৱাৰ দুমোজাতেজীৱনে চোন ৰং সলাই।।নোপোৱাৰ সমিকৰণ নাথাকো গণি,পোৱাখিনিৰে কৰিলম আমি জীৱন ৰঙীন।। Tags কবিতাশিখামনি বৰুৱা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ