সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ইংৰাজৰ পৰা "ছাৰ" উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
উত্তৰঃ ছাৰ চৈয়দ চাদুল্লা।
২/সংস্কৃতৰ পৰা অসমীয়ালৈ অনৃদিত হোৱা প্ৰথম নাটকখন কি আছিল?
উত্তৰঃ শকুন্তলা (লম্বোদৰ বৰা)।
৩/"আৱাহন" ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ দীননাথ শৰ্মা ।
৪/ অসমীয়া ভাষাত প্ৰথম ব্যাকৰন ৰচোঁতা কোন আছিল?
উত্তৰঃ ৰবিন্সন (১৮৯৩ খ্ৰীঃ)
৫/অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
উত্তৰঃ চন্দ্ৰকান্ত অভিধান (১৯৩৩) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)