মৃত্যু-নীলোৎপল নাথ

©Admin
0
জীৱনৰ চৰম সত্য
 মৃত্যু কোলাহলৰ পৰা
বিচ্ছিন্ন কৰে
এটি আত্মাক মৃত্যুৰ
গভীৰ প্ৰশান্ততাই
মাটিৰ লগত মিলি যাব
ছাঁই হৈ উৰি যাব
থাকি যাব শ্মশানৰ 
কোনোবা একাষত
নাইবা বাৰীৰ চুকত
জ্বলি জ্বলি ভাগৰি পৰা
কাঠৰ কেইটুকুৰা মান খৰি ।

✍️নীলোৎপল নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)