প্ৰেম-কুমকুম গগৈ

©Admin
0
যদি অমৃত বৰষা যুগজয়ী সম্পৰ্ক হয়
তেন্তে ইয়াত কিয় সংৰূপিত হয় সন্দেহৰ বিষাক্ত বীজ
প্ৰেম মানেই যদি বিবাহ হয়
তেন্তে কিয় ৰাধাৰ শিৰত নিজিলিকিল কৃষ্ণৰ নামৰ সেন্দুৰ 
প্ৰেমেই যদি দুখন হৃদয়ৰ মাজৰ বিশ্বাসৰ সেঁতু হয়
তেন্তে সীতাই কিয় দিব লগা হৈছিল অগ্নিপৰীক্ষা

                                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)