২৭ জুলাই ইতিহাসত আজিৰ দিনটো

©Admin
0

২৭ জুলাই হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৮তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৭টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ১৯২১  চনত ড॰ ফ্ৰেডেৰিক বেণ্টিং আৰু তেওঁৰ সহযোগী চাৰ্লচ বেষ্টৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ইনছুলিন হ’ৰ’মন পৃথক্কৰণ সম্ভৱ হৈছিল।

২/ আজিৰ দিনটোতে ১৯৩৯ চনত কেন্দ্ৰীয় পুলিচ বাহিনী প্ৰতিষ্ঠা কৰা হয়।

৩/আজিৰ দিনটোতে ১৯২৭ চনত প্ৰখ্যাত ভাৰতীয় গল্প লেখক কৃষ্ণ বলদেৱ বৈদৰ জন্ম হয়।

৪/ আজিৰ দিনটোতে ১৯৪০ চনত  ভাৰতীয় আমেৰিকান লেখক ভাৰতী মুখাৰ্জীৰ জন্ম হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)