সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?
উত্তৰ - পদ্মাৱতী দেৱফুকননী।
২/প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ - ধৰ্মপুস্তক।
৩/গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাটখনৰ নাম কি আৰু নাট্যকাৰ কোন আছিল?
উত্তৰ -"ধৰালৈ যিদিনা নামিব সৰগ " , সত্যপ্ৰসাদ বৰুৱা।
৪/শ্ৰী কৃষ্ণৰ গুৰু কোন আছিল?
উত্তৰ - সান্দিপনী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)