সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?

উ:- জৰ্ডান আৰু ইজৰাইল ।

২) Bermuda triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?

উ:- আটলাণ্টিক মহাসাগৰ ।

৩) কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?

উ:- চুইজাৰলেণ্ড ।

৪) সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?

উ:- জাপান ।

৫) বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?

উ:- ভূটান ।

৬) আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?

উ:-আফ্ৰিকা ।

৭) শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?

উ:-থাইলেণ্ড ।

৮) বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?

উ:- ৫ খন ।

৯) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?

উ:- ৭ খন ।

১০) হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?

উ:- ফিনলেণ্ড।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)