উ:- জৰ্ডান আৰু ইজৰাইল ।
২) Bermuda triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?
উ:- আটলাণ্টিক মহাসাগৰ ।
৩) কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?
উ:- চুইজাৰলেণ্ড ।
৪) সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- জাপান ।
৫) বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ভূটান ।
৬) আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?
উ:-আফ্ৰিকা ।
৭) শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:-থাইলেণ্ড ।
৮) বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?
উ:- ৫ খন ।
৯) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
উ:- ৭ খন ।
১০) হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ফিনলেণ্ড।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ