সাধাৰণ জ্ঞান /কুইজ, সংগ্ৰাহক :দীপ্তি কুমাৰ

©Admin
0
(১)মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?
উত্তৰ: কৌবাং

(২) প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰ: ১১৯১ চনত

(৩) ‘বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
উত্তৰ: জ্ঞানদাভিৰাম বৰুৱা

(৪) ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
উত্তৰ: ৩০ অক্টোবৰ তাৰিখে ।

(৫) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
উত্তৰ: চীন

(৬) অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
উত্তৰ: ৪ টা ভাগত

(৭) গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
উত্তৰ: কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে

(৮) আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
উত্তৰ: ডাবলিন

(৯) হৰ্ষ চৰিত পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰ: বাণভট্ট

(১০) সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?
উত্তৰ: ঘেঁহু

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)