কৃষি....এক প্ৰশান্তি-অঞ্জনা শইকীয়া

©Admin
0
"আজি কালি ইমান কষ্ট কোনে কৰে চৰকাৰে ইমানবোৰ সুবিধা দিছে চাউল ,পইচা সকলো দিছে মাহেকৰ মূৰত একাউণ্টত পইচা সুমুৱাই দিয়ে তাতকৈ কি লাগে ; শাওনৰ এই মৰ গৰমত তই মৰিছ কিয়?"___ৰাতুলৰ কথা শুনি শৰত অলপ পৰ ৰৈ আগুৱাই আহি এটা নম্ৰ হাঁহিৰে উত্তৰ দিলে " মই এই গৰমত কষ্ট কৰি কি পাওঁ জান,মই ইয়াৰ ফচল পাওঁ। যাৰে গোটেই বছৰটো আনক ভৰসা নকৰাকৈ দুবেলা দুমুঠি সুখেৰে খাব পাৰিম। ইয়াৰে আৰু কি কৰিব পাৰিম জান তোৰ দৰে অকৰ্মন্য এলেহুৱা দেউতাকৰ ভোকাতুৰ সন্তানৰ ভোক দূৰ কৰি মনত প্ৰশান্তি লভিব পাৰিম"।

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)