১১ আগষ্ট ইতিহাসত আজিৰ দিনটো

©Admin
0
১১ আগষ্ট  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৩তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৬১ চনত দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
২/ আজিৰ দিনটোতে ১৯৯৮ চনত নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
৩/ আজিৰ দিনটোতে ১৯৩৮ চনত গুজৰাটী পাৰ্চী জৰ’ৱাষ্ট্ৰিয়ান বংশোদ্ভৱ এগৰাকী আমেৰিকান ঔপন্যাসিক বাপচি সিধৱাৰ জন্ম হৈছিল।
৪/আজিৰ দিনটোতে ১৯৫৬ চনত এজন আমেৰিকান চিত্ৰশিল্পী জেকছন পোলকৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৯৯ চনত  সাহিত্যচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)