মোৰ প্ৰিয় সেই আকাশখন-স্তুতিপ্ৰিয়া শইকীয়া

©Admin
0
মোৰ ভাল লাগে এখন সুন্দৰ আকাশ
য'ত ডাৱৰবোৰে গোপনে 
কথা পাতি থাকে
আৰু চৰাইবোৰৰো যে কিমান আনন্দ
সেই আনন্দতে নাচি বাগি ফুৰে
মই ৰ লাগি সেই আকাশখনলৈ চাই আছিলোঁ
কিযে মনোমোহা দৃশ্য
চালে চাই থাকিবৰ মন যায়
মোৰ অনুভৱ হয় সেই
উল্লাহিত হৈ থকা
চৰাইবোৰৰ লগত যেন আনন্দৰে
আকাশলৈ উৰা মাৰিম।

স্তুতিপ্ৰিয়া শইকীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)