৩১ আগষ্ট •• ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
✳️ আজি পোলেণ্ডৰ একতা আৰু স্বাধীনতা দিৱস।
✳️ আজি কাৰ্জিগিস্তানৰ স্বাধীনতা দিৱস।
✳️ আজি মালয় দেশৰ স্বাধীনতা দিৱস।
✳️ আজি ত্ৰিনিদাদৰ স্বাধীনতা দিৱস।
✳️ আজি ৰোমানিয়াৰ ভাষা দিৱস।
✳️ আজিৰ দিনটোতেই ১৭৭৬ চনত নিউ জাৰ্ছিৰ প্ৰথমজন গৱৰ্ণৰ উইলিয়াম লিভিংষ্টনে কাৰ্যকাল আৰম্ভ কৰে।
✳️ আজি দিনটোতেই ১৯০৭ চনত ৰাছিয়া আৰু ইংলেণ্ডে এংলো-ৰাছিয়ান চুক্তিত স্বাক্ষৰ কৰে।
✳️ আজিৰ দিনটোতেই ১৯৩৬ চনত বৰ্তমান চেক ৰিপাব্লিকৰ আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰণ কেন্দ্ৰ ৰেডিঅ' প্ৰ'গৰ আৰম্ভণি ঘটিছিল।
✳️ আজিৰ দিনটোতেই ১৯৫৬ চনত ভাৰতত ৰাজ্য পুৰ্নৰগঠন আইনৰ প্ৰণয়ন ঘটিছিল।
✳️ আজিৰ দিনটোতেই ১৯৭৭ চনত ভাৰতৰ লোকসভাই বৰ্তমান দীৰ্ঘতম অধিৱেশন (২২ ঘণ্টা) অনুষ্ঠিত কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)