নিশাৰ গভীৰ- মিন্টু গোৱলা

©Admin
0
নিশা বোৰ যিমান গভীৰ হয় 
সিমানেই বুকুৰ মৰম গভীৰ
 হৈ বুকুৰ মাজত খুন্দিয়াই যায় ।

বুকুৰ মৰম বিলোৱা জন 
যদি ওচৰত নাথাকে ।

মৰম বোৰ বিলাম বুলি ভাৱিলেও
জানো বিলাব পাৰি ?

বুকুৰ গভীৰ মৰম সাঁচিছো
মোৰ বুকুৰ মাজত 
আপোন জনলৈ ,
নিশাৰ গভীৰত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)