সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ বয়স বৃদ্ধি প্ৰতিৰোধী ঔষধ কোনটো?
- চেষ্টাৰিন

২) কোনখন গ্ৰন্থি হেৰুৱালে বাৰ্ধক্য হয়
- থাইমাছ গ্ৰন্থি

৩/ কাঁচত আঘাত কৰা হেল’জেন
- ব্ৰমিন

৪) ৰাসায়নিকভাৱে ‘পানীৰ কাঁচ’ কি?
- ছডিয়াম চিলিকেট

৫/ পুষ্টিহীনতাত কাৰ বেছি অভাৱ
- প্ৰটিন

৬/ ‘ব্লেক-হোল’ তত্ত্ব কোনে আগবঢ়াইছিল?
- S চন্দ্ৰশেখৰ

৭) মানুহে এদিনত প্ৰায় কিমান প্ৰস্ৰাৱ নিৰ্গত কৰে?
- প্ৰায় ১.৫ লিটাৰ

৮) শব্দৰ তীব্ৰতাৰ চিজিএছ একক হ’ল
- ডেচিবেল

৯) কোষৰ কোনটো অংশক ‘Site of Control’ বুলি কোৱা হয়।
- নিউক্লিয়াছ

১০) টিটেনাছ ৰোগে শৰীৰৰ কোনটো অংশত আক্ৰান্ত কৰে?
- স্নায়ুতন্ত্ৰ

১১) ছোৱাইন ফ্লু সৃষ্টি কৰা ভাইৰাছৰ নাম হ’ল
- H1N1

১২) বাৰ্ড ফ্লু ভাইৰাছৰ নাম দিয়া হৈছে
- H5N1

১৩) এন টি পিত গেছৰ এক মোলৰ আয়তন হ’ল
- ২২.৪ লিটাৰ

১৪) টমেটো চচত কোনটো এচিড পোৱা যায়?
- এচিটিক এচিড

১৫) গৰুৰ গোবৰত গজা ভেঁকুৰক বোলে
- কোপ্ৰফিলাছ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)