১/ আজিৰ দিনটোতে ১৮৯৩ চনত ৰুডলফ ডিজেলৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিল।
৩/ আজিৰ দিনটোতে ১৭৮২ চনত ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ চাৰ্লছ জেমছ নেপিয়াৰৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৮১৪ চনত জাৰ্মনী আৰু চুইজাৰলেণ্ডৰ উদ্য়োগপতি, বিশ্বৰ বৃহৎ খাদ্য় আৰু পানীয় কোম্পানী নেষ্টলেইৰ (Nestle) প্ৰতিষ্ঠাতা হেনৰী নেষ্টলেইৰ জন্ম হৈছিল।
৪) আজিৰ দিনটোতে ১৮৯৬ চনত জাৰ্মান উৰাজাহাজ বিজ্ঞানী, সফল গ্লাইডাৰ উৰণৰ বাবে 'ফ্লাইংমেন' হিচাপে বিখ্যাত অটো লিলিয়ানথলৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ