কিমান যে ভালপাওঁ••বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ

@admin
0
কিমান যে ভালপাওঁ 
সেউজীয়া ৰঙৰ ছবি আঁকি।
বতাহে আহি চুয়েহি 
সেউজীয়া পাতৰ ওৰণি।

কিমান যে ভালপাওঁ
সেউজীয়া কুঁহিপাতে বতাহত নাচিলে।
মন যায় গীত গাবলৈ,
বতাহে বজোৱা বীণৰ সুৰত।

কিমান যে ভালপাওঁ
সেউজীয়াবোৰে চুমাটি যাচিলে।
দেখি মোৰো ভাল লাগে,
বুজি পাওঁ তাৰ যৌৱনৰ কথা।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)