ভাৱনা••ছাইফুদ্দিন আহমেদ

Rinku Rajowar
0
মোৰ অনুভৱ মোৰ তুমি
আজন্ম প্ৰেমিকা,
হৃদয়ৰ যত ভাৱনা
ভুল নাই তুমি আহিবা !
আত্মসন্মানেৰে আগবাঢ়িম
ভালপোৱাৰ পলসেৰে
দুয়োৱে দুয়োৰেই
জীৱন গঢ়িম ! 
একাষৰীয়া হৈ আৰুনো
অকলে থাকিম 
কিমান দিনলৈ ?
তুমিয়ে কোৱা
তুমি আহিবা কেতিয়া ?
হৰিণী চাৱনিৰে
মিচিকিয়া হাঁহিৰে 
অজস্ৰ মৰম লৈ 
মোৰ প্ৰিয় প্ৰেমিকা হৈ 
আহিবাতো মোৰ জীৱনলৈ ?

📌ছাইফুদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)