দৈনিক অসমীয়া সাধাৰণ জ্ঞান আৰু কুইজ

Rinku Rajowar
0
1) 2022 চনৰ ফিফা বিশ্বকাপ কোনখন দেশে জয় কৰিছে?

উত্তৰ : আর্জেন্টিনা।


2) শেহতীয়াকৈ কোনখন দেশত FIFA বিশ্বকাপ ফুটবল 2022 আয়োজন কৰা হৈছে?

উত্তৰ : কাটাৰ


3) এইবাৰৰ ফুটবল বিশ্বকাপত কেইখন দেশে অংশ লৈছে?

উত্তৰ : 32 খন


4) 2022 বৰ্ষৰ মেজৰ ধ্যানচাণ্ড খেল ৰত্ন বঁটা কোনে লাভ কৰে?

উত্তৰ : শৰৎ কমল অচান্ত

5) পৰৱৰ্তী তথা 2024 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত কৰা হ'ব?

উত্তৰ : পেৰিছ, ফ্ৰান্স


6) বৰ্তমানলৈ কোনখন দেশে সৰ্বাধিক সংখ্যক ফুটবল বিশ্বকাপৰ খিতাপ লাভ কৰিছে?

উত্তৰ : ব্ৰাজিল


7) ভাৰতৰ বৰ্তমানৰ CDS কোন?

উত্তৰ : অনিল চৌহান।

8) ভাৰতৰ 15 তম ৰাষ্ট্ৰপতি কোন হৈছে?

উত্তৰ : দ্রৌপদী মুর্মু।

9) 2022 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা বিজয়ী কোন?

উত্তৰ : গীতাঞ্জলি শ্রী।

10) 2022 চনৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন?

উত্তৰ : আশা পাৰেখ।

11) ভাৰতীয় অলিম্পিক সংঘ (IOA) ৰ প্ৰথম মহিলা অধ্যক্ষ কোন হৈছে?

উত্তৰ : পি টি উষা।

12) ভাৰতৰ 14 তম উপ ৰাষ্ট্ৰপতি কোন হৈছে?

উত্তৰ : জগদীপ ধানকৰ। 

13)  2022 বৰ্ষৰ IPL বিজয়ী দল কোনটো?

উত্তৰ : Gujarat Titans.

14) অসমৰ নতুন ৰাজ্যপাল কোন?

উত্তৰ : গোলাব চান্দ কাটাৰিয়া

15) ICC T20 বিশ্বকাপ 2022 বিজয়ী দল কোনটো?

উত্তৰ : ইংলেণ্ড।

16) অসমৰ নতুন DGP কোন হৈছে?

উত্তৰ : জি পি সিং ( জ্ঞানেন্দ্ৰ প্ৰতাপ সিং।)

17)  2022 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰে?

উত্তৰ : প্ৰাঞ্জল শ‍ইকীয়া।

18)  2024 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হ'ব?

উত্তৰ : বৰদোৱা, নগাঁও।

19) অর্জুন বঁটা লাভ কৰা সপ্তমগৰাকী অসমীয়া কোন?

উত্তৰ : নয়নমণি শ‍ইকীয়া।

20) ICC মহিলা U19 t20 বিশ্বকাপ 2023 কোনে জয় কৰে?

উত্তৰ : ভাৰত।

21)  শেহতীয়াকৈ দিল্লীৰ মোগল উদ্যানৰ নাম সলনি কৰি কি ৰখা হৈছে?

উত্তৰ : অমৃত উদ্যান।

22) শেহতীয়াকৈ কোনখন দেশ হকী বিশ্বকাপ 2023 ৰ খিতাপ জয় কৰে?

উত্তৰ :‌ জাৰ্মানী।

23) এইবাৰৰ হকী বিশ্বকাপ ক'ত আয়োজন কৰা হৈছিল?

উত্তৰ : ভাৰতৰ উৰিষ্যাত।

24) 2023 চনত ভাৰতে কিমান সংখ্যক গণৰাজ্য দিৱস পালন কৰে?

উত্তৰ : 74

25) অলপতে কোনখন ৰাজ্যত খেলো ইণ্ডিয়া য়ুথ গেমচ 2023 আৰম্ভ হৈছে?

উত্তৰ : মধ্যপ্ৰদেশ।

26) শেহতীয়াকৈ কোনখন ঠাইক অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী ঘোষণা কৰা হৈছে?

উত্তৰ : বিশাখাপট্টনম।

27) অলপতে কোনে মিছেছ ৱৰ্ল্ড 2022 ৰ খিতাপ অৰ্জন কৰে?

উত্তৰ : সৰগম কৌশল।

28) শেহতীয়াকৈ অসমীয়া ভাষাত 2022 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰে?

উত্তৰ : মনোজ কুমাৰ গোস্বামী।

29) শেহতীয়াকৈ কোনখন ৰাজ্যত PM নৰেন্দ্ৰ মোদীয়ে Doni Polo বিমান বন্দৰ উদ্ঘাটন কৰে?

উত্তৰ : অৰুণাচল প্ৰদেশ

30) ভাৰতৰ 50 তম মুখ্য ন্যায়াধীশ কোন হৈছে?
উত্তৰ : ডি ৱাই চন্দ্ৰচুড়

31)  G20 বৈঠক 2023 কোনখন দেশত আয়োজন কৰা হ'য়?
উত্তৰ : ভাৰত

32) শেহতীয়াকৈ অসমৰ লভলীনা বৰগোহঞিয়ে Asian Boxing Championship ত কোনটো পদক লাভ কৰে?

উত্তৰ : সোণৰ পদক

33) শেহতীয়াকৈ ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত কোন হৈছে?

উত্তৰ : অৰুণ গোৱেল



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)