শেৱালিজুপিয়েও পালে প্ৰাণ,
এইয়া যে শেষ বাৰিষাৰ গান।
মোৰ গৰ্ভস্থ কবিতাৰ মান।
বৰ্ষা কালত কৃষকৰ আশা
হেঁপাহৰ পথাৰখন ভৰুণ কৰা
কৰ্তব্যপৰায়ণ কৃষক মহান,
আছে বহু সন্মান।
মোৰ বুকু দহি যায় কৃষকক
কৰিব নোৱাৰিলে আদৰ !
আমি গাঁৱলীয়া ভাল পাওঁ
বৰ্ষা কাল।
সৃষ্টিৰ মাদকতাৰে ভৰা
প্ৰত্যেকটো ঋতুৰ সৌন্দৰ্যত
দেখোঁ শ্ৰেয় মোহময়ী গান।
মোৰ গৰ্ভস্থ কবিতাৰ প্ৰসৱ
বেদনাৰ তান ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ